শিশু কৰ্মী হব পাৰে নে ?

আজি আমাৰ দেশৰ ইমান যে দূৰ অৱস্থা সেয়া ব্যাখ্যা কৰিবলে উদাহৰণৰ অভাৱ নাই ।


যিটো সময়ত সৰু সৰু কণমানি সকলে কিতাপ কলম হাতত লব লাগে সেই সময়ত এই সকল শিশুয়ে ৰাস্তাৰ কাষত বহি শাক পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।
এইয়াই হৈছে আমাৰ অসমৰ শিক্ষাৰ ব্যৱস্থা।

আমি এতিয়াও যদি এইবোৰ দেখাৰ পিছতো সকলোৱে টোপনিৰ ভাও ধৰি থাকোঁ তেতিয়া হলে অসমৰ শিক্ষাৰ হাৰ কোন দিশে গতি কৰিব চিন্তা ভাবনা কৰি চাওঁক।





Share:

No comments:

Post a Comment

Search This Blog

Blog Archive

Powered by Blogger.

About Me

My photo
I am a simple man with high thinking

বিশ্ব পৰিৱেশ দিৱস আৰু অসমৰ মুখ্য মন্ত্ৰী সর্বানন্দ সোনোয়াল

আমাৰ অসম ৰ মুখ ্যন্ত্ৰী ডাঙৰীয়াৰ চছিয়েল মেডিয়াত ( Facebook ) " বিশ্ব পৰিৱেশ দিৱস" উপলক্ষ্যে বাস্য । আজি তেওঁ ...

Recent Posts

Unordered List

  • Lorem ipsum dolor sit amet, consectetuer adipiscing elit.
  • Aliquam tincidunt mauris eu risus.
  • Vestibulum auctor dapibus neque.

Pages

Theme Support

Need our help to upload or customize this blogger template? Contact me with details about the theme customization you need.