Pages

Wednesday, June 3, 2020

শিশু কৰ্মী হব পাৰে নে ?

আজি আমাৰ দেশৰ ইমান যে দূৰ অৱস্থা সেয়া ব্যাখ্যা কৰিবলে উদাহৰণৰ অভাৱ নাই ।


যিটো সময়ত সৰু সৰু কণমানি সকলে কিতাপ কলম হাতত লব লাগে সেই সময়ত এই সকল শিশুয়ে ৰাস্তাৰ কাষত বহি শাক পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।
এইয়াই হৈছে আমাৰ অসমৰ শিক্ষাৰ ব্যৱস্থা।

আমি এতিয়াও যদি এইবোৰ দেখাৰ পিছতো সকলোৱে টোপনিৰ ভাও ধৰি থাকোঁ তেতিয়া হলে অসমৰ শিক্ষাৰ হাৰ কোন দিশে গতি কৰিব চিন্তা ভাবনা কৰি চাওঁক।





No comments:

Post a Comment